July 19, 2023 জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ! আহত দুজন প্ৰব্ৰজিত শ্ৰমিক… Share FacebookTwitterWhatsAppTelegramKooEmail জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। আক্ৰমণক লৈ অনন্তনাগত উত্তপ্ত পৰিস্থিতি। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুজন প্ৰব্ৰজিত শ্ৰমিক। ইতিমধ্যে সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান দৈনন্দিন বাৰ্তা - January 24, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026