July 19, 2023 ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য… Share FacebookTwitterWhatsAppTelegramKooEmail ইমাৰ্জিং এছিয়া কাপ ২০২৩ৰ আজিৰ মেচত ৰিয়ান পৰাগৰ সাফল্য। ইণ্ডিয়া A দলত স্থান পোৱা অসম সন্তান ৰিয়ানে দখল কৰিলে পাকিস্তানৰ এটা উইকেট। চিৰবৈৰী পাকিস্তানৰ ছাহিবজাদা ফাৰহানক ৩৫ ৰানত আউট কৰালে ৰিয়ান পৰাগে। Author: দৈনন্দিন বাৰ্তা Related Articles এছিয়া কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হাতত পৰাস্ত পাকিস্তান দৈনন্দিন বাৰ্তা - September 6, 2026 নলগেদেৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ NHAIৰ বিৰুদ্ধে এজাহাৰ দৈনন্দিন বাৰ্তা - September 4, 2026 অসম ভলীবল মিছন-১০০ৰ বৰ্ষপৃৰ্তি অনুষ্ঠান… দৈনন্দিন বাৰ্তা - September 2, 2026