নগাঁৱৰ কচুৱা গেৰজাইপামত নিশা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । অভিযানত হেৰ’ইন ভৰ্তি ৫৪ টা কন্টেনাৰ আৰু ৩ টা ছিৰিঞ্জ সহ এজনক আটক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ নাম আবুল হুছেইন। ধৃত আবুল হুছেইনৰ পৰা ৩১.২৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

