গৌৰীপুৰ আলমগঞ্জত পথ দুৰ্ঘটনা। আহত তিনি গৰাকীকৈ মহিলা…

গৌৰীপুৰ আলমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা।

যাত্ৰীবাহি ই-ৰিক্সাক মহতীয়াই নিলে বলেৰ পিক আপ ভানে।

শুপাৰীঘাটৰ পৰা আলমগঞ্জ অভিমুখে আহি থকা অৱস্থাত বলেৰ পিক আপ ভানে মহতীয়াই নিয়ে ই-ৰিক্সাক ৷

দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত তিনিগৰাকীকৈ মহিলাৰ সৈতে এজন পুৰুষ ৷

আলমগঞ্জ ১৭ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

আটাইকে সংকটজনক অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

ঘটনা স্থলীত উপস্থিত গৌৰীপুৰ আৰক্ষী।

Related Articles