August 30, 2023 সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1 ! ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1… Share FacebookTwitterWhatsAppTelegramKooEmail সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1। প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ISRO-এ। লঞ্চ ৰিহাৰ্চেল আৰু বাহনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পন্ন। ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 ‘বিকশিত ভাৰত’ৰ সংকল্পৰে লালকিল্লাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ কি আহ্বান দৈনন্দিন বাৰ্তা - August 15, 2026 চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয়ত আন্তঃবিদ্যালয় দলীয় কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন । North Guwahati দৈনন্দিন বাৰ্তা - July 15, 2026