September 2, 2023 আজি এছিয়া কাপৰ সমুখ সমৰত ভাৰত বনাম পাকিস্তান… Share FacebookTwitterWhatsAppTelegramKooEmail আজি ভাৰত-পাকিস্তানৰ মহাৰণ হ’ব। আজি এছিয়া কাপৰ সমুখ সমৰত ভাৰত বনাম পাকিস্তান। বিয়লি ৩-০০ বজাত এছিয়া কাপৰ সমুখ সমৰত নামিব ভাৰত বনাম পাকিস্তান। খেল খনক লৈ সাজু ভাৰতীয় ক্ৰিকেট দল। আজি শ্ৰীলংকাৰ কেণ্ডিত ভাৰতে চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ’ব। Author: দৈনন্দিন বাৰ্তা Related Articles স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026 আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত ধানী মহন্তৰ ৰূপৰ পদক অৰ্জন দৈনন্দিন বাৰ্তা - August 8, 2026 নৱম হিৰজ আন্তৰ্জাতিক টাইকোৱান্দু চেম্পিয়নচিপত ৪৬-৪৯ কেজি শাখাত সোণৰ পদক লাভ প্ৰয়াসী ভূঞাৰ দৈনন্দিন বাৰ্তা - August 3, 2026