September 17, 2023 আজি এছিয়া কাপৰ ফাইনেল… Share FacebookTwitterWhatsAppTelegramKooEmail আজি এছিয়া কাপৰ ফাইনেল। সমুখ-সমৰত আজি ভাৰত আৰু শ্ৰীলংকা। দিনৰ ৩ বজাৰ পৰা কলম্বোত অনুষ্ঠিত হ’ব মেচখন। ২০১৮ চনতে এছিয়া কাপ জিকিছিল ভাৰতে। তাৰ পিছৰ পৰা সুদীৰ্ঘ ৫বছৰে কেৱল দেখিছে ব্যৰ্থতা। আজি দুই দেশৰ মাজত হ’ব খিতাপ দখলৰ যুঁজ। Author: দৈনন্দিন বাৰ্তা Related Articles Riyan Parag: ঘোষণা হ’ল ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম দৈনন্দিন বাৰ্তা - February 13, 2026 “গৌৰৱ গগৈ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানলৈ যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক”- পাকিস্তানলৈ যোৱা গৌৰৱ গগৈক গৰিহণা টাই আহোম ছাত্ৰ সন্থাৰ দৈনন্দিন বাৰ্তা - February 12, 2026 T20 World Cup 2026: T20 বিশ্বকাপ ক্ৰিকেটত আজি ভাৰতৰ দ্বিতীয়খন মেচ দৈনন্দিন বাৰ্তা - February 12, 2026