October 3, 2023 শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা Share FacebookTwitterWhatsAppTelegramKooEmail শিলচৰত সাংসদ গৌৰৱ গগৈৰ কনভয়ত দুৰ্ঘটনা। কনভয়ৰ বাহনত খুন্দা আন এখন বাহনৰ। দুৰ্ঘটনাত আহত মহিলাসহ ৭গৰাকী কংগ্ৰেছ কৰ্মী। দুৰ্ঘটনাত পতিত প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ বাহনসহ প্ৰায় ১০খন বাহন। অৱশ্যে দুৰ্ঘটনাত আঘাত পোৱা নাই সাংসদগৰাকীয়ে। Author: দৈনন্দিন বাৰ্তা Related Articles অনুৰাগীৰ বাবে পুনৰ মুকলি জুবিনক্ষেত্ৰ দৈনন্দিন বাৰ্তা - June 26, 2026 এটা যুগৰ অৱসানঃ ইতিহাস জৰ্জৰিত বহু কাহিনী বুকুত লৈ চিৰ বিদায় ল’লে নামৰূপ সাৰকাৰখানা প্ৰথম গোটটোৱে দৈনন্দিন বাৰ্তা - June 26, 2026 পুনৰ অসম ধ্বংসৰ ষড়যন্ত্ৰ ৰঙা চীনৰঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি আছে বিশাল জলবিদ্যুৎ প্ৰকল্প দৈনন্দিন বাৰ্তা - June 26, 2026