October 29, 2023 সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ বাহন Share FacebookTwitterWhatsAppTelegramKooEmail মহানগৰীৰ চন্দ্ৰপুৰত ভয়ংকৰ দুৰ্ঘটনা। সুৰামত্ত চালকে মহটিয়ালে মহিলাসহ এখন বাহন। দুৰ্ঘটনাত আহত গংগা চৌধুৰী নামৰ এগৰাকী মহিলা। দুৰ্ঘটনা সংঘটিত কৰা বাহনত উদ্ধাৰ সুৰাৰ বটল আৰু মাংস। চন্দ্ৰপুৰৰ পৰা নাৰেংগী অভিমুখী আছিল বাহনখন। Author: দৈনন্দিন বাৰ্তা Related Articles সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - August 20, 2026