November 1, 2023 পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম… Share FacebookTwitterWhatsAppTelegramKooEmail ৰাইজৰ বাবে দুখবৰ । পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১০৩ টকাকৈ দাম বৃদ্ধি। এতিয়াৰে পৰা ২০৩৫ টকাত উপলব্ধ হ’ব বাণিজ্যিক চিলিণ্ডাৰ। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 কোকৰাঝাৰত উত্তেজনা অব্যাহতঃ আশ্ৰয় শিবিৰ স্থাপন, স্পৰ্শকাতৰ অঞ্চলত সেনা মোতায়েন দৈনন্দিন বাৰ্তা - January 21, 2026 মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড, চিনেমাৰ কায়দাৰে অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ ।Guwahati দৈনন্দিন বাৰ্তা - January 20, 2026