November 14, 2023 ১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ’ল কণমানি Share FacebookTwitterWhatsAppTelegramKooEmail OC আসনত বহিল ৪ বছৰীয়া আয়াঞ্চ জয়ছোৱাল। খাকী পোছাক পৰিধান কৰি ল’লে আৰক্ষীৰ দায়িত্ব। শিশু দিৱসত পাণবজাৰ থানাৰ এই পদক্ষেপ। আৰক্ষী বিষয়াৰ সপোন দেখা আয়াঞ্চক উৎসাহ ফাইলৰ ঠাইত হাতত চকলেট দি আৰক্ষীৰ দায়িত্ব। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰাবাটত প্ৰতিবাদ স্থগিত যদিও বৰ্ণিহাটত মেঘালয়ৰ প্ৰতিবাদ দৈনন্দিন বাৰ্তা - August 23, 2026 সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026