December 8, 2023 জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ… Share FacebookTwitterWhatsAppTelegramKooEmail জুনিয়ৰ মেহমুদ খ্যাত অভিনেতা নাইম চৈয়দৰ দেহাৱসান। ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। শুকুৰবাৰে পুৱতি নিশা ২ বজাত মুম্বাইৰ বাসগৃহত মৃত্যু অভিনেতাগৰাকীৰ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 ঢকুৱাখনা বি. এড. মহাবিদ্যালয়ত “বহাগী ৰং”ৰ এক বৰ্ণিল অনুষ্ঠান । কঁকাল ঘূৰাই নাচিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপক- অধ্যাপিকাই দৈনন্দিন বাৰ্তা - April 28, 2026 মঠঘৰীয়াৰ দুৰ্ঘটনাক লৈ ৰহস্যঃ কেনেকৈ পলাল চালক ছামিম আহমেদ! দৈনন্দিন বাৰ্তা - April 27, 2026