December 13, 2023 লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি… Share FacebookTwitterWhatsAppTelegramKooEmail লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা এছ আই টিৰ দায়িত্ব দিয়া হৈছে আনন্দ মিশ্ৰক। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব সুৰৰ সম্ৰাজ্ঞী Asha Bhosleৰ শেষকৃত্য দৈনন্দিন বাৰ্তা - April 13, 2026 দ্বিতীয়বাৰলৈ ভাৰতৰ পৰা ইৰাণলৈ প্ৰেৰণ চিকিৎসা সামগ্ৰী দৈনন্দিন বাৰ্তা - April 13, 2026 মুকালমুৱাত প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাৰ ‘ৰুছ সাহিত্যৰ ইতিহাস’ উন্মোচন। দৈনন্দিন বাৰ্তা - April 12, 2026