December 17, 2023 পঞ্চভূতত বিলীন অভিনেতা জয়ন্ত দাসৰ নশ্বৰ দেহ… Share FacebookXWhatsAppTelegramKooEmail পঞ্চভূতত বিলীন অভিনেতা জয়ন্ত দাসৰ নশ্বৰ দেহ। নৱগ্ৰহ শ্মশানত নিশাই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় অভিনেতাগৰাকীৰ। শিল্পীগৰাকীৰ অকাল বিয়োগত মৰ্মাহত প্ৰতিগৰাকী অনুৰাগী। Author: দৈনন্দিন বাৰ্তা Related Articles পুনৰ ১৩ গৰাকীকৈ ভক্তৰ মৃ*ত্যুঃ আহত কৰ্তব্যৰত দুজন আৰক্ষী দৈনন্দিন বাৰ্তা - October 18, 2026 কলকাতাত শোকাৱহ ঘটনাত ১৯ গৰাকী ভক্তৰ মৃ*ত্যু দৈনন্দিন বাৰ্তা - October 18, 2026 চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ দৈনন্দিন বাৰ্তা - October 4, 2026