Breaking

চলমান খানক হত্যাৰ ভাবুকি দিয়াৰ বাবে ৰাজস্থানৰ ১৬ বছৰীয়া লৰা আটক

0 64

মঙলবাৰে মুম্বাই আৰক্ষীয়ে আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰি ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত থানেৰ এজন ১৬ বছৰীয়া ল’ৰাক আটক কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, ল’ৰাজন ৰাজস্থানৰ আৰু ভাবুকি জাৰি কৰাৰ আঁৰৰ তেওঁৰ উদ্দেশ্য জানিবলৈ তদন্ত চলি আছে।

যোৱা মাহত ছলমান খানৰ ভাবুকিপূৰ্ণ ই-মেইল পোৱাৰ পিছতে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।

Leave A Reply