Breaking

মৰিয়নীৰ খেৰমিয়া চাহ বাগিচাত  সংঘটিত এক নৃশংস হত্যাকাণ্ড…

0 76

মৰিয়নীৰ খেৰমিয়া চাহ বাগিচাত  সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড

কনিষ্ঠ ভাতৃ কাৰ্তিক কৰ্মকাৰৰ দাৰ ঘাপত মৃত্যু হয় জ্যেষ্ঠ ভাতৃ বোৱাই কৰ্মকাৰ

শনিবাৰে পুৱা ঘটনাস্থলীত মৰিয়নী আৰক্ষী ৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ

মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰাৰ লগতে হত্যাকাৰী কাৰ্তিক কৰ্মকাৰক কৰায়ত্ব কৰি তদন্ত অব্যাহত 

Leave A Reply