Breaking

আপোনাৰ দাঁতৰ দাগ আঁতৰোৱাৰ কেইটামান বিশেষ উপায়…

0 444

দাঁতত দাগ ল’গা

কাৰণ

  • দাঁত ভালদৰে চাফা নকৰা।
  • খাদ্যগ্ৰহণৰ অভ্যাস।
  • ধুমপান।
  • পান মছলা খোৱা।
  • দাঁতৰ আলুত সংক্ৰমণ।
  • দাঁত আৰু মাৰি ভঙা।
  • ভিটামিন চি আৰু ডি ৰ অভাৱ।
  • কেলছিয়ামৰ পৰিমাণ কমি যোৱা।
  • খোৱা পানীত ফ্লৰাইডৰ পৰিমাণ বেছি থকা।
  • দাঁতৰ ক্ষয়।

সতর্কতা

  • দিনে দুবাৰ ভালদৰে দাঁত মাজিব লাগে। পুৱা বিচনাৰপৰা উঠিয়েই আৰু নিশা শুবলৈ যোৱাৰ আগে।
  • খাদ্য-খোৱাৰ পাছত প্ৰতিবাৰেই পৰিষ্কাৰ পানীৰে কুলি কুলি কৰি মুখখন ভালদৰে ধুব লাগে।
  • সঠিক টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে।

  • পুষ্টিকৰ খাদ্য খাব লাগে।
  • ধুমপান, ধপাত জাতীয় বস্তু নোখোৱাই ভাল।
  • নিয়মিয়াকৈ দন্ত চিকিত্সকৰ পৰামর্শ লব লাগে।
Leave A Reply