Breaking

দৰঙৰ নামখলা সমীপৰ গোমঠাপাৰাত শোকৰ বন্যা ৷ একেটা স্থানতে তিনি কিশোৰক অন্তোষ্টিক্ৰিয়া সম্পন্নঃ

0 125

বৃহস্পতিবাৰে সন্ধিয়া দৰঙৰ শিলিখাজানিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা তিনি কিশোৰৰ আজি নিজগাও গোমঠাপাৰাত এক শোকাকুল পৰিবেশত একেলগে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে ৷ উল্লেখযোগ্য যে কালি শিলিখাজানিত As 01DW5679 পালচাৰ বাইকখনত তিনিজন কিশোৰ ক্ৰমে মৃদুল দাস মৃনাল ডেকা আৰু প্ৰশান্ত হাজৰিকাই বিদ্যুতৰ খুটাত খুন্দিয়াই দুৰ্ঘটনা সংঘটিত কৰিছিল ৷ পৰবৰ্তী সময়ত চিকিৎসালয়ত তিনিওৰে মৃত্যু হৈছিল৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ হৈ দুলাল বৰুৱাই ভবিষ্যতে এনেকুৱা পৰিস্থিতিৰ সন্মুখিন নহ’বলৈ সকলো পক্ষকে সজাগৰ বাবে আহবান জনাই ৷

নামখলাৰ পৰা দ্বীপেন ডেকাৰ ৰিপৰ্ট ৷

Leave A Reply