Breaking

নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত ধিঙৰ শালকাটি সংযোগী পথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা…

0 54

নগাওঁ জিলাৰ ধিং থানাৰ অন্তৰ্গত ধিঙৰ শালকাটি সংযোগী পথত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । জানিব পৰা মতে As-02-cc8970 নম্বৰৰ বলেৰ’ পিকাপ গাড়ী এখনে মাছ কঢ়িয়াই নিয়া অৱস্থাত এই পথ দূৰ্ঘটনাটো সংঘটিত ।

উক্ত দূৰ্ঘটনাত গাড়ীখনৰ ভিতৰত থকা তিনিজন লোক অতি গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ।

ধিং থানাৰ আৰক্ষীয় আঘাত প্ৰাপ্ত লোক তিনিজনক নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Leave A Reply