Breaking

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন

0 119

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন৷

বৈদ্যুতিক শ্বৰ্ত চাৰ্কিটৰ ফলত ভোগদৈ থানাৰ অন্তৰ্গত মেলেং বচাপথাৰত দাও দাও কৈ জ্বলিল বিলাসী বাহনখন।

ডিব্ৰুগড় জিলাৰ প্ৰণিতা সন্দিকৈৰ নামত থকা হোণ্ডা বাহনখনত ঘটনাৰ সময়ত কোনো আৰোহী নাছিল বুলি ভোগদৈ আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে বাহনখন ডিব্ৰুগড় জিলাৰ পৰা টীয়কৰ সন্দিকৈ গাঁৱলৈ আহিছিল পৰিয়ালটি।

ভোগদৈ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply