Breaking

এক ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই বিলাসী বাহন পৰিল ৫০ ফুট উচ্চতাৰ পৰা

0 55

গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ সন্ধ্যা- ললিতা-কান্তাৰ সংগম স্থলীত নিয়ন্ত্ৰণ হেৰুৱাই বিলাসী বাহন পৰিল ৫০ ফুট উচ্চতাৰ পৰা। জানিব পৰা মতে AS01E T9972 নম্বৰৰ বিলাসী বাহনখনত আছিল ৫ জনকৈ যুৱক।

পিকনিক খাবলৈ আহি কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে। আটাইকেইজনকে সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অৱস্থা বেছি সংকট জনক বুলি জানিব পাৰি হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে মৃত ঘোষণা কৰে।

Leave A Reply