Breaking

এক শিহৰণকাৰী দৃশ্য !গোৱালপাৰাত বিদ্যুৎস্পৃষ্ঠ হ’ল এজন যুৱক

0 193

গোৱালপাৰা : এক শিহৰণকাৰী দৃশ্য৷ঘৰৰ চালি ভাল কৰিবলৈ উঠি বিদ্যুৎস্পৃষ্ঠ হ’ল এগৰাকী লোক৷ পূব গোৱালপাৰাৰ সূতাৰপাৰাত সংঘটিত হৈছে এই অঘটন। সূতাৰ পাৰাৰ ফুলনৈ পাৰৰ বাহুৰুল ইছলাম নামৰ কাঠমিস্ত্ৰীজনে ঘৰৰ চালি ঠিক কৰিবলৈ লওতেই এই শিহৰণ সংঘটিত হয়।

উল্লেখ্য যে, বাহাৰুল ইছলামে উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰৰ তলতে থকা এটা বজাৰগৃহৰ টিনপাত থিক কৰিবলৈ ওপৰত উঠিছিল৷ সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা৷

অৱশেষত অচেতন হৈ ঘৰৰ ওপৰৰ পৰা তললৈ সৰি পৰে লোকজন৷ ৰাইজে সংকটজনক অৱস্থাত ততাতৈয়াকৈ গোৱালপাৰালৈ লৈ যায় বাহাৰুলক৷

নগৰবেৰাৰ পৰা আবুল হুছেইন

Leave A Reply