Breaking

দিল্লীৰ গুৰুগ্রামত ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী…

0 68
  • দিল্লীত ধৰ্ষণৰ ঘটনা।
  • গুৰুগ্রামত ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী।

  • বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা।
  • যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত এজন যুৱকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • ছেক্টৰ-৩৭ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল যুৱতীগৰাকীয়ে।
  • সন্দীপ নামৰ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণ তথা হত্যাৰ ভাবুকিৰ গোচৰ।
  • অভিযোগ অনুসৰি যুৱকজনে কাৰ্যালয়ৰ পৰা নিজৰ বাহনত উঠাই নিছিল যুৱতীগৰাকীক।
Leave A Reply