Breaking

আজি ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ কলকাতাৰ ইডেন গাৰ্ডেনত

0 2,044

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰে পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা। ৩ খন মেচৰ এদিনীয়া শৃংখলাত আলহী দলটোক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতীয় দলটোৱে টি-২০ শৃংখলাও দখল কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

টি-২০ শৃংখলাত থাকিব মুঠ ৩ খন মেচ। আটাইকেইখন মেচ অনুষ্ঠিত হ’ব কলকাতাৰ ইডেন গাৰ্ডেনত। প্ৰথমখন টি-২০ দৰ্শকবিহীন ভাৱেই অনুষ্ঠিত হ’ব। সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব আজিৰ প্ৰথমখন টি-২০ মেচ।

Leave A Reply