Breaking

অভিনেত্ৰী অৰ্চনা গৌতমৰ কংগ্ৰেছত যোগদান

0 17

তামিল চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত অভিনেত্ৰী অৰ্চনা গৌতমে আদ কংগ্ৰেছত যোগদান কৰে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অভিনেত্ৰী অৰ্চনা গৌতমক কংগ্ৰেছৰ সদস্যপদ প্ৰদান কৰে। অৰ্চনা গৌতমে কৈছে -“প্ৰিয়ংকা গান্ধী মোৰ আদৰ্শ, মই তেওঁৰ অনুপ্ৰেৰণালৈ কংগ্ৰেছত যোগদান কৰিছো”। ২০২২ চনৰ বিধান সভা নিৰ্বাচনত অৰ্চনা গৌতমে প্ৰতিদ্বন্দিতা কৰিব।

Leave A Reply