Breaking

দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা

0 229

দুৰ্ঘটনাত পতিত অভিনেত্ৰী বৰষৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা

চৰাইদেউৰ টেঙাপুখুৰীত দুৰ্ঘটনাত পতিত হৈছে বৰষৰাণী বিষয়া আৰু স্বামী ভাস্কৰ বৰুৱা

সাপেখাতীত অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতিছিল অভিনেত্ৰীগৰাকী

শিৱসাগৰ অভিমুখী এখন অল্টো বাহনত খুন্দা মাৰে বৰষাৰাণী বিষয়াৰ বাহনখনে

ফলত দ’ খাৱৈত বাগৰি পৰে অল্টো বাহনখন

Leave A Reply