Breaking

ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই অভিনেত্ৰী কংগনা ৰানাৱটৰ ‘জয় শ্ৰী ৰাম’ ধ্বনি…

0 30

ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই অভিনেত্ৰী কংগনা ৰানাৱটৰ ‘জয় শ্ৰী ৰাম’ ধ্বনি।

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত ফুলৰ ছটিয়াই কংগনা ৰানাৱটে ‘জয় শ্ৰী ৰাম’ ধ্বনি দিলে।


অযোধ্যাত অনুষ্ঠিত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত বলীউডৰ বহু অভিনেতা-অভিনেত্ৰী লগতে অভিনেত্ৰী কংগনা ৰানাওটেও অংশগ্ৰহণ কৰে।

ভগৱান ৰামৰ আগমনত কংগনা অতি সুখী।

ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ য’ত তেওঁক উচ্চস্বৰে জয়শ্ৰী ৰাম ধ্বনি দিয়া দেখা গৈছে।

কংগনাৰ এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

Leave A Reply