Breaking

চেয়াৰপাৰ্চনক ৰাজহুৱাকৈ হত্যাৰ ভাবুকি বলীউদৰ অভিনেত্ৰীৰ! গ্ৰেপ্তাৰ হ’ল পায়েল

0 529

পায়েল ৰোহাতগি! বলীউদৰ অভিনেত্ৰী তথা মডেল। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত পায়েলক বহুবাৰ সুশান্তৰ হৈ ছচিয়েল মিডিয়াত মন্তব্য কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে,সুশান্তক হত্যা কৰা হৈছে।  বলীউদৰো বহুতকে কৰিছিল দোষাৰোপ।  কিন্তু এতিয়া অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ।

 নিজৰ বাসগৃহৰ বয়সীয়াল চেয়াৰ পাৰ্ছনক হত্যা কৰাৰ  ভাবুকি দিছে অভিনেত্ৰীগৰাকীয়ে। সকলোৰে সন্মুখত দিছিল প্ৰাণে মৰাৰ ভাবুকি।

নিজৰ বাসগৃহৰ বয়সীয়াল চেয়াৰ পাৰ্ছনক হত্যা কৰাৰ  ভাবুকি দিছে অভিনেত্ৰীগৰাকীয়ে। সকলোৰে সন্মুখত দিছিল প্ৰাণে মৰাৰ ভাবুকি।

Leave A Reply