Breaking

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1 ! ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1…

0 47

সূৰ্যৰ দিশে উৰা মাৰিবলৈ সাজু আদিত্য-L1।

প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে ISRO-এ।

লঞ্চ ৰিহাৰ্চেল আৰু বাহনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পন্ন। ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য-L1।

Leave A Reply