Breaking

প্ৰধানমন্ত্ৰী মোডীক লগ পোৱাৰ পিছত নকিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াই ফটো শ্বেয়াৰ কৰি ক’লে- ‘তেওঁক লগ পোৱাটো এক সৌভাগ্যৰ বিষয়’

0 23

সোমবাৰে ন’কিয়াৰ চিইঅ’ পেক্কা লুণ্ডমাৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ ফটো টুইট কৰি কয় যে তেওঁক সাক্ষাৎ কৰাটো এক সৌভাগ্যৰ কথা।

ডিজিটেল ৰূপান্তৰৰ পৰৱৰ্তী পৰ্যায় আৰু ভাৰতৰ ৬জি উচ্চাকাংক্ষাক ন’কিয়াই কেনেদৰে সমৰ্থন কৰাৰ মনস্থ কৰিছে সেই বিষয়ে আলোচনা কৰা বুলি লুণ্ডমাৰ্কে কয়।

ইফালে, লুণ্ডমাৰ্কৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “এয়া আছিল এক ফলপ্ৰসূ বৈঠক।”

Leave A Reply