Breaking

DB NEWS ৰ বাতৰিৰ পিছতে বিধায়কৰ জৰুৰী পত্ৰ ! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে পত্ৰখন…

0 12,581

DB NEWS ৰ বাতৰিৰ পিছতে বিধায়কৰ জৰুৰী পত্ৰ

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখিলে পত্ৰখন

দিখৌ নৈৰ ওপৰত থকা দলংখনৰ সংৰক্ষণৰ বাবে প্ৰকাশ হৈছিল খবৰ DB NEWS ত

১৯৩৫ চনত ব্ৰিটিছ “ব্ৰাইট এণ্ড কোম্পানী”য়ে নিৰ্মাণ কৰা দিখৌ নৈৰ ওপৰত থকা দলংখন জহি-খহি গৈছিল। যিকনো সময়ত গৌৰময় ঐতিহাসিক দলংখন ভাঙি যাব পাৰে ।

দলংখনৰ মাজ অংশ কপিকলৰ সহায়ত ওপৰলৈ উঠাই দিব পাৰি । দলংখনৰ জৰাজীৰ্ণ ৰূপটো দেখি স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া কৰিছিল এনেকৈ

এই বাতৰি DB NEWS অ প্ৰকাশ হোৱাৰ ২৪ ঘন্টা পিছতে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীলৈ লিখিলে জৰুৰী পত্ৰ । ঐতিহাসিক সমলৰ বাহক দলংখনৰ মেৰামতিৰ বাবে প্ৰেৰণ কৰিলে পত্ৰ । আশা কৰোঁ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগে জৰুৰীভাবে দলংখনৰ মেৰামতিৰ কাম কৰিব ।

Leave A Reply