Breaking

GMCHত ভয়ংকৰ অগ্নিকাণ্ডৰ পিছত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ

0 60

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড।

তথ্য অনুসৰি, পুৰণি বিল্ডিং কমপ্লেক্সৰ প্ৰথম মহলাৰ পেথ’লজী ইউনিটত সন্ধিয়া প্ৰায় ৫:৩০ বজাত অগ্নিকাণ্ড সংঘটিত হয়৷

অগ্নিকাণ্ডৰ ফলত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ।

ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। জুই নিৰ্বাপনৰ চেষ্টা চলাই অগ্নিনিৰ্বাপক বাহিনীয়ে।

Leave A Reply