Breaking

Filmfare Assam ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ আইমী বৰুৱাৰ…

0 45

চলচ্চিত্ৰৰে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলীৰ বাবে Filmfare এক সপোন। এইবেলি প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা Filmfare Assam লৈ সকলোৰে দৰে অলেখ হেপাঁহ আৰু অনন্য আগ্ৰহেৰে মন ভৰি আছিল আইমী বৰুৱাৰ।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰাৰ প্ৰাপ্তিয়ে আৰু বিশেষ কৰিলে এই আয়োজনক। সপোন যেন লগা এই মুহূৰ্ত বোৰে সদায়েই সমৃদ্ধ কৰি ৰাখিব অভিনেত্ৰীগৰাকীক ।

এই বিশেষ ক্ষণত জুৰী, Filmfare Assam ৰ ভিন্ন শিতানত বঁটা লাভ কৰা সতীৰ্থ আৰু শুভাকাংক্ষী সকলক মোৰ অলেখ কৃতজ্ঞতা যাচিলে আইমী বৰুৱাই ।

Leave A Reply