Breaking

ঐশ্বৰ্য-বিক্ৰমৰ ‘পনিয়িন চেলভান ২’য়ে প্ৰথম দিনাই সংগ্ৰহ কৰিলে ৩৮ কোটি টকা

0 53

ঐশ্বৰ্য ৰায় বচ্চন আৰু বিক্ৰম অভিনীত ‘পনিয়িন চেলভান ২’য়ে মুক্তিৰ প্ৰথম দিনাই ৩৮ কোটি টকা সংগ্ৰহ কৰিছে।

মণি ৰত্নমৰ দ্বাৰা পৰিচালিত ছবিখনে তামিলনাডুত ২৫ কোটি টকা সংগ্ৰহ কৰিছিল।

ফ্ৰেঞ্চাইজিৰ প্ৰথম অংশটোৱে প্ৰথম দিনাই ৪০ কোটি সংগ্ৰহ কৰিছিল।

পনিয়িন চেলভান ১’য়ে ভাৰতত ৩২৭ কোটি আৰু বিদেশত ১৬৯ কোটিতকৈও অধিক উপাৰ্জন কৰিছিল।

Leave A Reply