AIUDF সভাপতি তথা বিন্নাকান্দিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল অসুস্থ।
মুম্বাইৰ জাচলক হস্পিটালত চিকিৎসাধীন অৱস্থাত আজমল।
২১ মে’ত পবিত্ৰ হজলৈ যোৱাৰ কথা আছিল আজমলৰ।
কিন্তু হঠাৎ অসুস্থ হৈ মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে আজমল।