Breaking

ইউক্ৰেইনৰ সকলো পথৰ আঁতৰাই দিয়া হ’ল পথচিহ্ন আৰু ছাইনব’ৰ্ড!

0 1,029

ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কিভ আক্ৰমণৰ দিশে গতি কৰিছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ ডেলেনস্কী ৰাজধানী কিভ এৰি পলায়ন কৰিছে।আনহাতে ৰাষ্ট্ৰপতি ভলোডিমিৰ ডেলেনস্কীয়ে কিভৰ পথৰ পৰা ভিডিঅ’ যোগেৰে কৈছে যে তেওঁ কিভ এৰি পলাই যোৱা নাই। বৰং দেশবাসীৰ ওচৰত তেওঁৰ অনুৰোধ, কোনোপধ্যই যেন ৰাছিয়াৰ আক্ৰমণৰ ওচৰত আত্মসমৰ্পণ নকৰে তেওঁলোকে।

এই পৰিস্থিতিত পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ দায়িত্বত থকা এটা ইউক্ৰেনীয় কোম্পানীয়ে কয় যে তেওঁলোকে ৰাস্তাৰ চিহ্নসমূহ মচি পেলাইছা।এইবাবেই মচিছে যে ৰাষ্ট্ৰা চিহ্ন সমূহ আঁতৰাই পেলাকে ৰাছিয়ান সৈনিকৰ বাবে ইউক্ৰেইনত পথ বিচাৰি পোৱাত অসুবিধাৰ সৃষ্টি কৰিব।

Leave A Reply