Breaking

তিনি বছৰত দ্ৰুততম গতিৰ ইণ্টাৰনেট থাকিব সকলো গাওঁত

0 1,235

মঙলবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেঞ্চিংৰ জৰিয়তে ইণ্ডিয়া ম’বাইল কংগ্রেছ (আইএমচি)২০২০-ক সম্বৰ্ধনা জনায়। উদ্ধোধনী ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ডিজিটেল প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে আৰু কয় যে ম’বাইল নিৰ্মাণৰ বাবে আটাইতকৈ পছন্দৰ স্থান হিচাপে গঢ়ি তুলিছে।

তেওঁ লগতে উল্লেখ কৰে যে দ্ৰুততম বৰ্ধিত এপ্প বজাৰৰ সৈতে ভাৰতৰ ম’বাইল টেৰিফ নিম্নতম। তেওঁ মুখ্যত কয় যে, প্ৰতিখন গাওঁত তিনি বছৰত দ্ৰুততম গতিৰ ফাইবাৰ অপটিক ডাটা সংযোগ থাকিব । প্ৰযুক্তিগত উন্নতিৰ বাবে, আমাৰ সঘনাই ছেণ্ডছেট আৰু জেট সলনি কৰাৰ এক সংস্কৃতি আছে। ইলেক্ট্ৰনিক আৱৰ্জনা ৰখাৰ এক উন্নত উপায় চিন্তা কৰিবলৈ আৰু এক চাৰ্কুলাৰ অৰ্থনীতি সৃষ্টি কৰিবলৈ উদ্যোগটোৱে এটা টাস্ক-ফৰ্চ গঠন কৰিব পাৰে নেকি,-পিএমে কয়।

Leave A Reply