Breaking

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে…

0 24

এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে।

এছিয়ান গেমছৰ দ্বিতীয় তালিকাত সন্নিবিষ্ট হ’ব অম্লানৰ নাম।

যোগ্যতা অৰ্জনৰ পিছতো অম্লান বৰগোহাঁইয়ে এছিয়ান গেমছত স্থান হেৰুৱাইছিল।

পুৰুষৰ ২০০ মিটাৰত যোগ্যতা অৰ্জন কৰিও স্থান হেৰুৱাইছি অম্লানে।

চীনৰ বিশ্ব ইউনিভাৰ্ছিটি গেমছৰ জৰিয়ত হংজাও এছিয়ান গেমছলৈ পুৰুষৰ ২০০ মিটাৰত যোগ্যতা অৰ্জন কৰিছিল অম্লানে।

যোগ্যতা অৰ্জনৰ পিছতো অম্লান বৰগোহাঁইৰ নামটো ভাৰতীয় অলিম্পিকে কৰ্তন কৰিলে বুলি চৰ্চা হৈ আছিল।

সকলোৱে মনত উৎকণ্ঠা সৃষ্টি হৈছিল।

কিয় এছিয়ান গেমছত বাদ পৰিল অসমৰ অম্লান বৰগোহাঁইৰ নাম।

কিন্তু ইতিয়া এক খবৰ আহিছে যে এছিয়ান গেমছত অংশগ্ৰহণ কৰিব অম্লান বৰগোহাঁইয়ে।


এই বিশেষ বাৰ্তাটো জনাইছে এথলেটিকছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট লক্ষ্য কোৱঁৰে।

Leave A Reply