Breaking

হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ অৱস্থান ধৰ্মঘট

0 1,353

আজি দিনৰ ১১ বজাত হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কৰ্যালয়ৰ সন্মুখত আমছূৰ প্ৰায় ১ শতাধিক কৰ্মীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰে।

+

দেশত দিনক দিনে বৃদ্ধি পোৱা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গোটেই অসমৰ লগতে হাটশিঙিমাৰীস্থিত জিলা উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত ১১ বজাৰ পৰা ১ বজালৈ এনেদৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহন কৰা পৰিলক্ষিত হয়।

Leave A Reply