Breaking

মঙলদৈত পত্নীলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ…

0 16

মঙলদৈত এচিড আক্ৰমণৰ ঘটনা
পত্নীলৈ এচিড নিক্ষেপ আখতাৰ হুছেইন নামৰ লোকজনৰ


শুই থকা অৱস্থাতে পত্নীক এডিচেৰে আক্রমণ আখতাৰ হুছেইনৰ
ৰাজপথতে নিজ ভাতৃকো এচিড নিক্ষেপ কৰে আখতাৰ হুছেইনে


এচিড আক্রমণত আহত আখতাৰ হুছেইনৰ ভাতৃ ৰফিকুল হুছেইনো
পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিতৰ সন্দেহ

Leave A Reply