Breaking

ৰঙিয়াৰ বিদ্ধস্ত বাটপথথকলৈ ক্ষুব্ধ আছুৰ স্মাৰক পত্ৰ প্ৰেৰণ…

0 86

ৰঙিয়াৰ বিদ্ধস্ত বাটপথথকলৈ ক্ষুব্ধ আছুৰ স্মাৰক পত্ৰ প্ৰেৰণ।


ৰঙিয়াৰ বিদ্ধস্ত ৰাজপথক লৈ ক্ষুব্ধ আছুৰ কৰ্মীসকলে ৰঙিয়াৰ মহকুমাধিপতিৰ জড়িয়তে আজি দিনৰ ভাগত বিভাগীয় মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অনতিপলমে যদিহে ৰঙিয়া চহৰৰ অন্যতম মুখ্য পথ NT ৰোড পুনৰ্নিৰ্মাণ নকৰে পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

Leave A Reply