Breaking

গোসাইগাঁৱৰ সত্যপুৰৰ পাহাৰপুৰত ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা…

0 32

গোসাইগাঁৱত আকৌ ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা ।

গোসাইগাঁও থানাৰ অন্তৰ্গত সত্যপুৰৰ পাহাৰপুৰত সংঘটিত হৈছে এক ভয়ানক ঘটনা । জানিব পৰা মতে সত্যপুৰৰ পাহাৰপুৰৰ নিবাসী প্ৰয়াত মচে মূৰ্মুৰ পত্নী মাইনো হাচদাক ডাইনী সন্দেহত যোৱা নিশা অচিনাকি দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি পেলাই থৈ যায় ।

ঘটনাটোক কেন্দ্ৰ কৰি গাওঁৰ স্থনীয় ৰাইজে সাংবাদিকৰ আগত সদৰি কৰে যে দুৰ্বিত্তৰ হাতত হত্যা হোৱা বৃদ্ধা গৰাকী কোনো কৱিৰাজ বা বেজ নহয়

কিন্তু কোনে অজ্ঞাত দুৰ্বৃত্তই উক্ত বৃদ্ধা গৰাকীক ডাইনী সন্দেহ যোৱা নিশা ডিঙি কাটি নির্মম ভাবে হত্যা কৰি থৈ যায় ঘটনাটো কেন্দ্ৰ কৰি অঞ্চল টোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

Leave A Reply