Breaking

বজালীত সংঘটিত এক হত্যাকাণ্ডৰ ঘটনা ! জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক…

0 53

এক ভয়ানক হত্যাকাণ্ড। বজালী সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা ।

হত্যাকাণ্ডৰ কাৰণ জানি আচৰিত হ’ব অঞ্চলবাসী । বজালীৰ কাটলা পথাৰত ভয়ংকৰ ঘটনা। জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক।

পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত এই হত্যাকাণ্ড। কনিষ্ঠ ভাতৃ ধনজিত ৰয়ক হত্যা প্ৰাঞ্জল ৰয়ৰ।

Leave A Reply