শিৱসাগৰত দেশৰ আগশাৰীৰ উদ্যোগপতি কুমাৰ মংগলম বিৰলাৰ কন্যা অনন্যা বিৰলা।
উজনি অসমৰ বানাক্ৰান্তৰ কাষত আদিত্য বিৰলা গ্ৰুপৰ ডাইৰেক্ট অনন্যা বিৰলা।

শিৱসাগৰ ভিন্ন প্ৰান্তত সহায়ৰ হাত আগবঢ়ালে অনন্যা বিৰলাই।
বানে ধুই ধোৱা কেইবাটাও এলেকাত বহুজনক কৰিলে সহায়।

এটা বৃহৎ দল সৈতে অসমলৈ আহিল আদিত্য বিৰলা গ্ৰুপৰ ডাইৰেক্টৰগৰাকীৰ।

