February 2, 2023 কন্যা নমামীৰ সৈতে মা কামাখ্যাৰ আৰ্শীবাদ ল’লে আঙুৰলতা ডেকাই Share FacebookTwitterWhatsAppTelegramKooEmail কন্যা নমামীৰ সৈতে মা কামাখ্যালৈ গৈ মাৰ দুৱাৰমুখত ল’লে আৰ্শীবাদ আঙুৰলতা ডেকাই। মাৰ ঐশ্বৰিক আশীৰ্বাদ এনেকুৱা এটা বস্তু যিটো মই অনন্তকাললৈকে বিচাৰিম। মায়ে সুখ আৰু সমৃদ্ধিৰ আশীৰ্বাদ কৰক বুলি উল্লেখ কৰে আঙুৰলতা ডেকাই। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026 প্ৰতিবাদধ্বনিত পুনৰ প্ৰাণ পালে জুবিন গাৰ্গৰ মচি পেলোৱা ছবিয়ে দৈনন্দিন বাৰ্তা - June 19, 2026