Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৯৩ নম্বৰেৰে প্ৰথম স্থান লাভ যোৰহাটৰ অনুৰাগ দলৈৰ…

0 48

শনিবাৰে ঘোষণা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

পুৱা ১০.৩০ বজাত ছেবাৰ ১০ টা ৱেবচাইটত উপলব্ধ এই ফলাফলসমূহ।

৫৯৩ নম্বৰেৰে প্ৰথম স্থান লাভ যোৰহাটৰ অনুৰাগ দলৈৰ।

প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ।

Leave A Reply