Breaking

লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত : দুই ড্ৰাগছ সৰবৰাহীক জেললৈ প্ৰেৰণ

0 1,523

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োৰ নেতৃত্বত আৰক্ষী সজাতী দলে গোপন সূত্ৰৰ পমখেদি দুটা ড্ৰাগছ সৰবৰাহী   আটক  কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী   কেইটা ক্ৰমে দক্ষিণ চেনিমাৰি গাৱৰ  মকবুল ইছলাম ( ৩৭ ) আৰু ধিঙৰআটি গাৱৰ জেহিৰুল ইছলাম ( ৩৫ )  । ধৃত  ড্ৰাগছ সৰবৰাহী দুজনৰ  পৰা   ৮ টা হি’ৰইন ভৰ্তি ,৩টা খালি কণ্টেইনাৰ আৰু এটা মবাইল  উদ্ধাৰ কৰা হৈছে । ধৃত ড্ৰাগছ সৰবৰাহী দুটাৰ  বিৰুদ্ধে 345/21 U/S 21(a)/25/29 NDP’S Act ৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

Leave A Reply