আজিৰে পৰা অসম প্ৰিমিয়াৰ লীগ

আজি অসম ক্ৰিকেটত সূচনা হ’ব এক নতুন অধ্যায়ৰ।

শুভাৰম্ভ হ’ব অসম প্ৰিমিয়াৰ লীগৰ মেচ।

আঠটা ফ্ৰেনচাইজী দলৰ অংশগ্ৰহণেৰে আৰম্ভ হ’ব APL।

বৰ্ষাপাৰা ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব দুখনকৈ মেচ।

বিয়লি ২ বজাৰ পৰা চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰপেটা ব্ৰেভছৰ মাজত হ’ব মেচ।

সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব তেজপুৰ টাইটানছ আৰু ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ মাজত মেচ।

Related Articles