Breaking

ৰাইজৰ সেৱাৰ বাবে মুকলি এপ’লো ডায়গনস্টিকচ এণ্ড হেলথ কেয়াৰ

0 1,734

গুৱাহাটী ছয়মাইলস্থিত ভি আই পি ৰোডত ৰাইজৰ বাবে মুকলি এপ’লো ডায়গনস্টিকচ এণ্ড হেলথ কেয়াৰ এপ’লো প্ৰতিষ্ঠানৰ সহযোগত আজিজৰ নেতৃত্বত স্থাপন কৰিলে এই এপ’লো ডায়গনস্টিকচ এণ্ড হেলথ কেয়াৰ।এই প্ৰতিষ্ঠাখনত সকলো ধৰণৰ তেজ পৰীক্ষাৰ লগতে বিভিন্ন বিভাগৰ চিকিৎসক উপলব্ধ হব বুলি জনাইছে৷

অভিজ্ঞতা সম্পন্ন স্বাস্থ্য কৰ্মচাৰী নিয়োজিত কৰা প্ৰতিষ্ঠানখনৰ মুখ্যদ্বাৰ মুকলি কৰে অৱসৰী প্ৰশাসনিক বিষয়া দেবেশ্বৰ মালাকাৰে।মুকলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় এপ’লো ডায়গনস্টিকচ এণ্ড হেলথ কেয়াৰ তৰফৰ পৰা।

Leave A Reply