Breaking

বিধানসভাৰ মজিয়াত APSC নিযুক্তি কেলেংকাৰি প্ৰসংগ ! ২০১৩ চনত উত্তীৰ্ণ ৩৪গৰাকী প্ৰাৰ্থীৰ নিযুক্তি বাতিলৰ পৰামৰ্শ…

0 60

বিধানসভাৰ মজিয়াত APSC নিযুক্তি কেলেংকাৰি প্ৰসংগ। ২০১৩ চনত উত্তীৰ্ণ ৩৪গৰাকী প্ৰাৰ্থীৰ নিযুক্তি বাতিলৰ পৰামৰ্শ।

????????????????????????????????????

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত দিয়া হৈছিল পৰামৰ্শ। বিষয়টো চালি-জাৰি চাবলৈ ৫জনীয়া কমিটী গঠন কৰিছিল চৰকাৰে।

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰশ্নত গৃহ বিভাগৰ তথ্য। CCE ২০১৩ৰ উপৰিও CCE ২০১৪ৰ Batchৰ নিযুক্তিতো অনিয়ম-দুৰ্নীতিৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে।

Leave A Reply